Elect

আজিৰে পৰা তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ পৰ্ব

৪ সমষ্টিত হাইভল্টেজ মহাৰণ

আজি মনোনয়ন দাখিল কৰিব মীৰা বৰঠাকুৰে

গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ

১৮ এপ্ৰিলত বৰপেটাত মনোনয়ন দাখিল কৰিব ফণীভূষণ চৌধুৰীয়ে

১৭ এপ্ৰিলত বৰপেটাত মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ দ্বীপ বায়নে