happiest country

বুধবাৰে প্ৰকাশ পালে ৱৰ্ল্ড হেপিনেছ দে'ৰ ৰিপ'ৰ্ট। এই ৰিপ'ৰ্ট অনুসৰি সপ্তমবাৰৰ বাবে আটাইতকৈ সুখী দেশৰূপে চিহ্নিত হৈছে ফিনলেণ্ড। আটাইতকৈ অসুখী দেশ হিচাপে পৰিগণিতহৈছে আফগানিস্তান। 

উল্লেখ্য যে, পাকিস্তান-ম্যানমাৰতকৈও যেন অসুখী ভাৰত। ১৪৩ দেশৰ তালিকাত ১২৬ নম্বৰ স্থানত আছে ভাৰত। ভয়াৱহ ক'ভিড মহামাৰীৰ পাছতো একে স্থানতে বাহাল ১০খন দেশৰ স্থান। আমেৰিকা, জার্মানিৰ স্থান ২৩, ২৪লৈ অৱনমিত হৈছে।