Sexual disease

জীৱকুলৰ বাবে প্ৰজনন এটা অপৰিহাৰ্য অংগ। এয়েই একমাত্ৰ জৈৱনিক প্ৰক্ৰিয়া যিটো মেৰুদণ্ডী প্ৰাণীসমূহে অকলে সম্পাদন কৰিব নোৱাৰে। তাৰ বাবেই প্ৰকৃতিৰ আন এক বিনন্দীয়া সৃষ্টিকৰ্ম হৈছে দৈহিক সংস্পৰ্শৰ জৰিয়তে যৌথভাৱে কৰা প্ৰজনন-ক্ৰিয়া, অথবা যৌন সম্পৰ্ক।

মানৱ জীৱনৰ সকলো আনন্দ এই যৌন ক্ষমতাৰ সন্তুষ্টিৰ পৰাই আৰম্ভ হৈছে। সুস্থ জীৱন-যাপনৰ কাৰণে সফল যৌন সন্তুষ্টিৰ প্ৰয়োজন। যৌন অসন্তুষ্টিৰ ফলত মানসিক অৱসাদ, হতাশা, অযথা ভয়, অযথা শংকা, সংশয়, সন্দেহ আৰু মানসিক ব্যাধিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।