Arga

আগ্ৰাত অনুষ্ঠিত তাজ মহোৎসৱ
পাঞ্জাৱী গায়ক যশৱীৰ সিং জাছিৰৰ সংগীতানুষ্ঠান

জনপ্ৰিয় গীতেৰে জীপাল তাজ মহোৎসৱ
চুফী গীতেৰে আৰম্ভণি তাজ মহোৎসৱৰ 
যশবীৰ সিঙৰ যাদুকৰী কণ্ঠই মোহিত কৰে দৰ্শকক

শুকুৰবাৰে আগ্ৰাৰ তাজ মহোৎসৱত পাঞ্জাৱী গায়ক যশৱীৰ সিং জাছিৰ যাদুকৰী কণ্ঠই মোহিত কৰে উপস্থিত অনুৰাগীক। চুফী গীতৰ পাৰ জনপ্ৰিয় পাঞ্জাৱী গীতেৰে জীপাল কৰি তুলিলে তাজ মহোৎসৱ। উৎসাহী অনুৰাগীৰ মাজত দেখা গ’ল পাৰভঙা উছাহ।