Assam Budget 2024

বিত্তমন্ত্ৰী অজন্তা নেওগৰ অভিলাষী বাজেট
বাজেট ২০২৪-২৫ ত ১,৪৩,৬০৫.৫৬ কোটি প্ৰাপ্তিৰ লক্ষ্য
ৰাজহ শিতানত প্ৰাপ্তিৰ লক্ষ্য ১,১১,৯৪৩.৮৪ কোটি
মূলধনী শিতানত ৩১,৬৬১.৭৩ কোটিৰ প্ৰাপ্তি
সৰ্বমুঠ আদায়ৰ পৰিমাণ ২,৯০,১৫৫.৬৫ কোটি
২০২৪-২৫ বৰ্ষৰ শেষলৈ বিত্তীয় ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি
সৰ্বমুঠ ব্যয়ৰ পৰিমাণ আনুমানিক ১,৪৩,৮৯০.৬২ কোটি
ৰাজহ শিতানত ব্যয়ৰ আনুমানিক পৰিকল্পনা ১,১০,০৯১.৮৬ কোটি
মূলধনী শিতানত ব্যয় ৩৩,৭৯৮.৭৬ কোটি
বছৰটোত সৰ্বমুঠ ব্যয় ২,৮৮,৫৬০.৭১ কোটি
বছৰটোৰ প্ৰাককলিত লেনদেনত ৰাহি ১,৫৯৪.৯৪ কোটি