আপুনি বাৰু অনুমান কৰিব পাৰিছে নে? হয় এই দুজন হৈছে ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাস আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ।
উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসিক আদৰ্শ কলনী খনৰ কাম অসমত আৰম্ভ কৰা হৈছে। নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এই আৱাসিক কলনী খনৰ কামৰ বুজ লোৱা পিছত এইদৰে মিস্ত্ৰীৰ ৰূপত দেখা গ’ল মন্ত্ৰী গৰাকীক।