Music Festival

মাজুলী-লখিমপুৰ সীমান্তৱৰ্তী খেৰকটীয়া নৈৰ পাৰত তিনিদিনীয়াকৈ আয়োজিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল। আমবাৰী পথাৰত অনুষ্ঠিত এই বৰ্ষৰ সংগীত উৎসৱলৈ আগমণ ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শকৰ। কালি নিশা বলীউডৰ জনপ্ৰিয় গায়ক কৈলাস খেৰৰ গীতে মোহিত কৰিলে অনুৰাগী দৰ্শকক। ইটোৰ পিছত জনপ্ৰিয় গীত গায় গায়কজনে।