Karwa Chauth 2023

কৰৱা চৌথ উত্‍সৱ চলিত বৰ্ষৰ ১ নৱেম্বৰত উদযাপন কৰা হ’ব। এই বছৰৰ কৰৱা চৌথত ৭টা ৰাশিৰ লোকসকলৰ বাবে অতিকৈ শুভ। মহিলাসকলে মাতৃ গৃহৰ পৰা সুখবৰ লাভ কৰিব পাৰে। লগতে কিছুমান ৰাশিচিহ্নৰ জাতক-জাতিকাৰ বিদেশ ভ্ৰমণ আৰু ধন লাভৰ সুযোগ আছে।

জ্যোতিষীসকলৰ মতে কৰৱা চৌথত ৭টা ৰাশি চক্ৰৰ লোকৰ জীৱনত কিছুমান পৰিৱৰ্তন হ’ব পাৰে, সেই ৰাশি কেইটাৰ বিষয়ে জানো আহক...