UIB Photos

ভাৰত-কাটাৰ দ্বিপাক্ষিক সম্পৰ্কত সংঘাত
৮ প্ৰাক্তন ভাৰতীয় নৌসেনাক মৃত্যুদণ্ড কাটাৰৰ আদালতৰ
আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মহলত জোকাৰণি
২০২২ চনৰ পৰা কাটাৰৰ পোতাশালত বন্দী ৮ ভাৰতীয়
ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত বন্দী
এবছৰে অত্যন্ত গোপনে চলিছিল বিচাৰ প্ৰক্ৰিয়া
বিশ্বই ঘূণাক্ষৰেও উৱাদিহ নাপালে বিচাৰ প্ৰক্ৰিয়াৰ
বৃহস্পতিবাৰে আদালতৰ চূড়ান্ত ৰায়
মৃত্যুদণ্ডৰে দণ্ডিত বন্দী ৮ প্ৰাক্তন ভাৰতীয় নৌসেনাক
কাটাৰৰ পদক্ষেপক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতত
সতৰ্কতাৰে আগবাঢ়িছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়