Azamgarh

আমি প্ৰায়ে পৰকীয়া প্ৰেমৰ কিছুমান আচৰিত ঘটনাৰ বিষয়ে পঢ়ো বা শুনো। কিন্তু আজিৰ এই ঘটনাৰ বিষয়ে শুনিলে চকু কপালত উঠিব আপোনাৰো। বিভিন্ন সময়ত পৰকীয়া প্ৰেমৰ ঘটনাই আমাৰ সমাজখনক কুলসিত কৰি তুলা দেখিবলৈ পোৱা যায়।

বোৱাৰী পলায়ন কৰা ঘটনা যেন আজিকালি নিত্য নৈমত্তিক ঘটনা হৈ পৰিছে। ক'ৰবাত যদি বোৱাৰী অন্য পুৰুষলৈ পলায়ন কৰিছে আন ক'ৰবাত আকৌ কোনো পুৰুষে পত্নী থাকোতেই চপাই লৈছে অন্য কোনো মহিলাক।