ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ বাবে সময় উলিওৱাটো খুবেই কঠিন হৈ পৰিছে। যাৰ ফলত আমাৰ শৰীৰটোক চাপ, উদ্বেগ তথা বিভিন্ন প্ৰকাৰৰ ৰোগে আৱৰি ধৰিছে। অ্যাধিক চাপৰ ফলত পাচন তন্ত্ৰৰ অৱনতি হোৱাৰ লগতে এচিডিটি, মেদবহুলতা, ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যা হ'ব পাৰে। এই সকলোবোৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি কেৱল মাত্ৰ এটা উপায় অৱলম্বন কৰিব পাৰে। সেয়া হৈছে ধ্যান । পুৱা দৈনিক মাত্ৰ ২০ মিনিট সময় ধ্যান কৰি আপুনি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।
আজি ধ্যানৰ লাভালাভ সমূহৰ বিষয়ো জানো আহক-