#newstimeassam #prathamkhabartv #prathamkhabar24X7 #assamesenews

বৰমাত বাতিল কন্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান॥ অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অহা প্ৰচণ্ড ধুমুহাত তচনচ হ'ল বিহুমঞ্চ। ক্ষতিসাধন  হ'ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি॥ বৰমাত ৬০সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী আছিল দীপলিনা ডেকা॥ প্ৰচণ্ড বতাহ-বৰষুণৰ বাবেই বাতিল কৰিবলগীয়া হ'ল দীপলিনা ডেকাৰ সংগীতানুষ্ঠান॥ গাড়ীতে আবদ্ধ হৈ থাকিল দীপলিনা ডেকা॥