বাতিল হ'ল কন্ঠশিল্পী দীপলিনা ডেকাৰ সংগীতানুষ্ঠান! গাড়ীতে আবদ্ধ হৈ থাকিল দীপলিনা

Deeplina

বৰমাত বাতিল কন্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান॥ অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অহা প্ৰচণ্ড ধুমুহাত তচনচ হ'ল বিহুমঞ্চ। ক্ষতিসাধন  হ'ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি॥ বৰমাত ৬০সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী আছিল দীপলিনা ডেকা॥ প্ৰচণ্ড বতাহ-বৰষুণৰ বাবেই বাতিল কৰিবলগীয়া হ'ল দীপলিনা ডেকাৰ সংগীতানুষ্ঠান॥ গাড়ীতে আবদ্ধ হৈ থাকিল দীপলিনা ডেকা॥

Category