NHPC Assam

পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন। NHPCৰ বিপদ সীমাৰ ওপৰেৰে বৈছে পানী। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতিৰ। নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে জলস্তৰ। সম্ভাৱ্য বিপদক লৈ আতংকিত উত্তৰ অসমবাসী।