Assam Police dead

ৰহস্যৰ আৱৰ্তত সুমাই পৰিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু। সৃষ্টি হৈছে বহু প্ৰশ্নৰ। জোনমণি ৰাভাৰ মৃত্যু আচলতে হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ? শেহতীয়াকৈ উদ্ভৱ হৈছে আন এক প্ৰশ্নৰ। জানিব পৰা অনুসৰি নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল SI জোনমণিয়ে! নকল সোণৰ বিৰুদ্ধে অভিযান চলোৱাই কাল হ’ল নেকি জোনমণিৰ? নকল সোণৰ ব্যৱসায়ীৰে জড়িত আছিল নেকি লখিমপুৰ আৰক্ষী? সোণ সৰবৰাহকাৰীৰ ধন লাভ কৰে নেকি লখিমপুৰ আৰক্ষীয়ে? জোনমণিক কিয় দিছিল আৰক্ষী বিষয়াই ভাবুকি?