Bandana Kalita Update

প্ৰসংগঃ মহানগৰীৰ ডাবল মাৰ্ডাৰৰ ঘটনা। চি জে এম আদালতত দাখিল কৰা হ'ল মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ চাৰ্জশ্বীট। দেওবাৰে PI ক'ৰ্টত চাৰ্জশ্বীট দাখিল নুনমাটি আৰক্ষী। প্ৰায় ১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিলে নুনমাটি আৰক্ষীয়ে। চাৰ্জশ্বীটৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ আছে বন্দনা কলিতাই কেনেদৰে নৃশংসভাৱে হত্যা কৰিছিল স্বামী আৰু শাহুক। CJM Court আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে ৩ মাহৰ ভিতৰত চাৰ্জশ্বীট প্ৰস্তুত কৰি দাখিল কৰে আদালতত। চাৰ্জশ্বীট দাখিলৰ পিছতে নিয়মীয়া শুনানি আৰম্ভ হ'ব আদালতত। ২ বন্ধুৰ সৈতে মিলি শ