অৱশেষত পিশাচ পিতৃৰ স্বীকাৰোক্তি! জন্মদিনৰ দিনাই ডিঙি চেপি হত্যা কৰিছিল এবছৰীয়া পুত্ৰক UB Photos March 11 / 2023 গহপুৰৰ এবছৰীয়া কণমানি হত্যাকাণ্ডৰ নতুন মোৰ। জন্মদিনৰ বজাৰৰ বাবে লৈ গৈ হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে পাষাণ পিতৃয়ে। তিনিদিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে পিতৃ শচীন বৰদলৈক। কি কাৰণত হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়া স্পষ্ট হোৱা নাই। Tags UB Photos UB News Gahpur Assam Assamese News Read more about অৱশেষত পিশাচ পিতৃৰ স্বীকাৰোক্তি! জন্মদিনৰ দিনাই ডিঙি চেপি হত্যা কৰিছিল এবছৰীয়া পুত্ৰকLog in to post comments