গহপুৰৰ এবছৰীয়া কণমানি হত্যাকাণ্ডৰ নতুন মোৰ। জন্মদিনৰ বজাৰৰ বাবে লৈ গৈ হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে পাষাণ পিতৃয়ে। তিনিদিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে পিতৃ শচীন বৰদলৈক। কি কাৰণত হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়া স্পষ্ট হোৱা নাই।
উল্লেখ্য যে জন্মদিনৰ বজাৰ কৰিবলৈ বুলি লৈ গৈছিল কণমানি পৰাগ বৰদলৈক। পিছদিনা পুৱা স্থানীয়লোকে পথাৰত দেখা পাইছিল পৰাগৰ মৃতদেহ।
Category
- Log in to post comments