বিশ্বৰ সবাতোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস উপস্তিত হলহি ধুবুৰীত। ২০২৩ চনৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী গংগা বিলাসৰ ফ্ৰেগ অফ কৰিছিল। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা ইণ্ডো-বাংলাদেশ প্ৰটোকল পথ হৈ এনডব্লিউ-১ আৰু ২ ৰ মাজত প্ৰায় ৩২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এই বিলাসী জাহাজখন ১ মাৰ্চ ২০২৩ তাৰিখে ডিব্ৰগড়ত উপস্থিত হ’
- Today is: