ধ্বংসস্তুপত পৰিণত তুৰস্ক।সোমবাৰে তুৰ্কী আৰু চিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই প্ৰাণ কাঢ়িলে ৮০০০ হাজাৰৰো অধিক লোকৰ। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে। এতিয়া মাথো তুৰ্কীৰ দুখ লগা ছবিয়ে কন্দুৱাইছে বিশ্ববাসীক।ধ্বংসস্তুপৰ মাজতেই অসহায় এটা কুকুৰ। গৰাকীৰ নিথৰ হাত খনৰ কাষত বহি সহায়ৰ ভিক্ষা কৰিছে প্ৰভুভক্তই।
- Today is: