G 20

পুনৰ এবাৰ বিকৃত ৰূপত উপস্থাপন কৰা হ'ল অসমীয়াৰ স্বাভিমান বিহুক। এইবাৰ দেশৰ ৰাজধানী নতুন দিল্লীত বিদেশী ৰাষ্ট্ৰপ্রধানৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা হ'ল অসমৰ সংস্কৃতি বিহুক। যাকলৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।