Dr. Bezbaruah 2

৩ ফ্ৰেব্ৰুৱাৰীত মুক্তি লাভ কৰিলে অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ পৰিচালিত ডক্তৰ বেজবৰুৱা ২ য়ে। অসমৰ ১৪২ খন পৰ্দা আৰু দেশৰ আঠটা ছবিঘৰত মুক্তি লাভ কৰা এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবি ডক্তৰ বেজবৰুৱা ২