Bageshwar Dham

চৰ্চাত বাগেশ্বৰ ধাম আৰু ধামৰ মুৰব্বী ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী যাক তেওঁৰ অনুগামী সকলে ভগৱানৰ আসন দিয়ে।বিবাদ মতে মধ্যপ্ৰদেশৰ ছত্তৰপুৰ জিলাত অৱস্থিত বাগেশ্বৰ ধামলৈ যিসকল যায় তেওঁলোকৰ দুখ নাইকীয়া হয়।আৰু এই ধামৰ মুৰব্বী তথা চৰকাৰ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক ভগৱানৰ অৱতাৰ হিচাপে গণ্য কৰে।কিন্তু এইবাৰ চৰ্চাত সোমাই পৰিছে মুৰব্বীজন।