Cooking Competition

Sony Tv ত সম্প্ৰচাৰিত ৰন্ধন প্ৰতিযোগিতা ‘Masterchef India 2023’ ত জিলিকিছে অসমৰ তিনি প্ৰতিযোগী।শেহতীয়াকৈ এটা টাস্কত খাদ্য তৈয়াৰ কৰাৰ লগতে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিহু নাম গালে প্ৰতিযোগী নয়নজ্যোতি শইকীয়াই। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা নয়নজ্যোতিয়ে ইতিমধ্যে দৰ্শকৰ লগতে