দুঃখবৰ! সৰবৰহী ব্যক্তি দীননাথ বৰুৱাৰ দেহাৱসান UB Photos January 05 / 2023 সৰবৰহী ব্যক্তি দীননাথ বৰুৱাৰ মৃত্যু। ৯৯ বয়সত মৃত্যু ঘটে সমাজ সেৱক গৰাকীৰ। তেখেতে মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে। Tags UB Photos UB News Dinanath Baruah Assam Read more about দুঃখবৰ! সৰবৰহী ব্যক্তি দীননাথ বৰুৱাৰ দেহাৱসানLog in to post comments