দুঃখবৰ!  সৰবৰহী ব্যক্তি দীননাথ বৰুৱাৰ দেহাৱসান

Dead

সৰবৰহী ব্যক্তি দীননাথ বৰুৱাৰ মৃত্যু। ৯৯ বয়সত মৃত্যু ঘটে সমাজ সেৱক গৰাকীৰ। তেখেতে মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে।

Category