Mount Vintest

বছৰৰ অন্তিম দিনাই অসমৰ বাবে আহিল এটা ভাল খবৰ। যুক্তৰাষ্ট্ৰ নিবাসী পৰ্বতাৰোহী হেদায়েত আলীয়ে বৰফৰ দেশ এন্টাৰ্কটিকাৰ সৰ্বোচ্চ শিখৰ মাউণ্ট ভিনচেন্টৰ শীৰ্ষত উৰুৱাবলৈ সক্ষম হল অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা। গুৱাহাটীৰ দুঃসাহসিক ক্ৰীড়া সংগঠন EXPLORERS