Old Days

গ্ৰীটিংছ কাৰ্ড আছিল এক আৱেগ।নৱবৰ্ষৰ প্ৰথম দিনটোতেই আপোন জনলৈ বা নিজৰ বন্ধু বান্ধৱী লৈ এখন গ্ৰীটিংছ কাৰ্ড শুভেচ্ছা দিয়াটো আছিল মাদকতা ।নৱবৰ্ষ আহিলেই বিপনী সমূহত দেখা পোৱা গৈছিল শাৰী শাৰী গ্ৰীটিংছ কাৰ্ড । কিন্তু লাহে লাহে পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ডবোৰ ।আধুনিকতাৰ প্ৰৱল গ্ৰাহে ক্ৰমাৎ নোহোৱা কৰিলে গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা। বৰ্তমান যুগত এই গ্ৰীটিংছ কাৰ্ড ৰ মাদ