
গ্ৰীটিংছ কাৰ্ড আছিল এক আৱেগ।নৱবৰ্ষৰ প্ৰথম দিনটোতেই আপোন জনলৈ বা নিজৰ বন্ধু বান্ধৱী লৈ এখন গ্ৰীটিংছ কাৰ্ড শুভেচ্ছা দিয়াটো আছিল মাদকতা ।নৱবৰ্ষ আহিলেই বিপনী সমূহত দেখা পোৱা গৈছিল শাৰী শাৰী গ্ৰীটিংছ কাৰ্ড । কিন্তু লাহে লাহে পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ডবোৰ ।আধুনিকতাৰ প্ৰৱল গ্ৰাহে ক্ৰমাৎ নোহোৱা কৰিলে গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা। বৰ্তমান যুগত এই গ্ৰীটিংছ কাৰ্ড ৰ মাদকতা নুবুজে নৱ প্ৰজন্মই । উল্লেখ্যযে জন্ম হৈয়ে এই প্ৰজন্মই চলাবলৈ শিকে Smart phone। প্ৰায় সকল নৱ প্ৰজন্মই বৰ্তমান ব্যস্ত থাকে social media t । সময় সলনি হ'ল সময়ৰ লগত খাপ খাব পৰাকৈ সলনি হৈছে মানুহ । এটা সময়ত সেই গ্ৰীটিংছ কাৰ্ড ৰ শুভেচ্ছা দিবৰ বাবে টনা আজুৰা লাগিছিল সকলোৰে। বৰ্তমান গ্ৰীটিংছ কাৰ্ড ৰ সলনি WhatsApp, fecebookত এটা sms দি দিলেই যথেষ্ট । এতিয়া যেন পাহৰণি গৰ্ভত সেই গ্ৰীটিংছ কাৰ্ড দিন বোৰ ।
- Log in to post comments