Kartik Aryan

বৰ্তমান বলীউডত দপদপাইছে হেণ্ডসম হাংক কাৰ্তিক আৰয়ানে। কাৰ্তিকৰ ইখনৰ পিছত সিখন ছুপাৰহিট ছবিয়ে দৰ্শকৰ মন মুহিছে ।  সৰহসংখ্যক ছোৱালীয়েই কাৰ্তিকৰ প্ৰেমত পাগল! কিন্তু শেহতীয়াকৈ কাৰ্তিক আৰয়ানৰ নাম সাঙুৰ খাইছে ছুপাৰষ্টাৰ হৃত্ত্বিক ৰোশনৰ ভগ্নী পাশমিনা ৰোশনৰ সৈতে। জানিব পৰা মতে দুয়োগৰাকীয়ে Dating কৰাৰ আৰম্ভ কৰিছে। আৰু প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছে দুয়ো। কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈকে তাৰকা গৰাকীয়ে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই।