Rashleela

নলবাৰীৰ ৰাসত অঘটন।।খাদ্যত বিষক্ৰিয়া হৈ এগৰাকী কিশোৰীৰ মৃত্যুত।।কিশোৰী গৰাকীৰ নাম নাজমিন চুলতনা।।যোৱা নিশা নলবাৰীৰ ৰাসত ককাকৰ লগত ৰাস চাবলৈ গৈ এখন অস্থায়ী বিপনীত চাওমিন গ্ৰহণ কৰি অসুস্থ হৈ পৰে কিশোৰী গৰাকী।।নলবাৰী বৰামা ৰোডৰ মেৰাজুল হকৰ বাৰ বছৰীয়া কন্যা নাজমিন।।বৰ্তমান নিজ গৃহত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।