Self Independent

মন কৰিলেই যে সকলো সম্ভৱ তাৰ এক জীয়া ছবি প্ৰতিপন্ন কৰিলে ওদালগুৰিৰ নিহাৰিকা ওজাই।

অভিনৱ চিন্তাৰে আগবাঢ়ি যোৱা নিহাৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি প্ৰথমে টংলা প্ৰেচিডেন্সী জুনিয়ৰ কলেজত Logic and philosophy বিষয় প্ৰবক্তা হিচাপে আৰু তাৰ পিছতে টংলা এক্সিছ বেংকত কৰ্মৰত আছিল।