Dergaon News

আপোনাৰ অকণমান অসাৱধানতাৰ বাবে দুষ্ট চক্ৰই লুটি নিব পাৰে আপোনাৰ কষ্টােপাৰ্জিত ধন।

এইবাৰ গোলাঘাটৰ বনগাঁও গাড়ী গাঁৱৰ ৰেখা শইকীয়া নামৰ এগৰাকী মহিলাৰ লগত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা৷ মহিলাগৰাকীয়ে দেৰগাঁৱৰ এটা ATMত টকা উলিয়াবলৈ লওঁতেই মহিলা গৰাকীক সহায় কৰাৰ কৌশলেৰে সলনি কৰি লৈ যায় মহিলা গৰাকীৰ ATM কাৰ্ডখন।