Purnima Dihingia

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল সোণাৰিৰ বোৱাৰী পূৰ্ণিমা দিহিঙ্গীয়া। মুম্বাইত অনুষ্ঠিত Mr. আৰু Mrs. SD ইউনিভাৰ্চ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল সোণাৰিৰ বোৱাৰী গৰাকীয়ে।

২৫ আৰু ২৬ আগষ্টত Sky Plus Multimedia & sadak productionৰ বেনাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ মিছেছ এছ ডি ইউনিভাৰ্চ শাখাত বিজয়ী হৈ সোণাৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে পূৰ্ণিমাই।