Rakhi Sawant News

প্ৰায়েই সামাজিক মাধ্যমত চৰ্চাত থাকে বলীউড আইটেম গাৰ্ল, অভিনেত্ৰী তথা ড্ৰামা কুইন ৰাখী ছাৱান্ট৷ বৰ্তমান আদিল হূুছেইনৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখীৰ৷ দুয়ো মিলি ডুবাইত ক্ৰয় কৰিছে বিলাসী ঘৰ ৷

নিজৰ ইষ্টাগ্ৰাম একাউন্টতো ৰাখীয়ে স্ফুৰ্তিত তৰ্কত আপলোড দিলে luxurious ঘৰৰ ভিডিঅ’৷ দুয়ো নতুন ঘৰক লৈ উৎফুল্লিত৷ বিভিন্ন সময়ত ৰাখীয়ে নিজৰ প্ৰেমিকক লৈয়ে চৰ্চাত থাকে ৷ সামাজিক মাধ্যমত দিয়া ভিডিঅ’টোত ৰাখী সাৱন্টে অনুৰাগী সকলৰ মাজত চিনাকি কৰাই দিছে নিজৰ ধুনীয়া ঘৰখন ৷