বিলাসী ঘৰ ক্ৰয় কৰিলে ৰাখী সাৱন্টে! luxurious ঘৰ ক্ৰয় কৰিবলৈ কি কৰিলে ৰাখীয়ে?

Rakhi Sawant

প্ৰায়েই সামাজিক মাধ্যমত চৰ্চাত থাকে বলীউড আইটেম গাৰ্ল, অভিনেত্ৰী তথা ড্ৰামা কুইন ৰাখী ছাৱান্ট৷ বৰ্তমান আদিল হূুছেইনৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখীৰ৷ দুয়ো মিলি ডুবাইত ক্ৰয় কৰিছে বিলাসী ঘৰ ৷

নিজৰ ইষ্টাগ্ৰাম একাউন্টতো ৰাখীয়ে স্ফুৰ্তিত তৰ্কত আপলোড দিলে luxurious ঘৰৰ ভিডিঅ’৷ দুয়ো নতুন ঘৰক লৈ উৎফুল্লিত৷ বিভিন্ন সময়ত ৰাখীয়ে নিজৰ প্ৰেমিকক লৈয়ে চৰ্চাত থাকে ৷ সামাজিক মাধ্যমত দিয়া ভিডিঅ’টোত ৰাখী সাৱন্টে অনুৰাগী সকলৰ মাজত চিনাকি কৰাই দিছে নিজৰ ধুনীয়া ঘৰখন ৷

ভিডিঅ’টোত ৰাখী সাৱন্তই কৈছে, ‘ইমান ডাঙৰ ঘৰ দুজন মানুহৰ বাবে যথেষ্ট, মোৰ বাবে আৰু আদিলৰ বাবে ৷ জীৱনত আৰু কি আছে, জীয়াই থকাৰ বাহিৰে।’ ৰাখীৰ বিলাসী বাসগৃহৰ ভিডিঅ’ত অনুৰাগীসকলে ঘৰটো কিমান দামত ক্ৰয় কৰিলে আৰু কেনেকৈ ক্ৰয় কৰিলে প্ৰশ্ন সোধে ৷

 

ৰাখীৰ উত্তৰ, ৭ বছৰৰ বাবে লোন লৈ ক্ৰয় কৰিছে এই ঘৰটো ৷ ৭ বছৰ কম কমকৈ ঘৰৰ ঋণ মাৰিব ৰাখীয়ে ৷

Category
Profile picture for user UB Photos