Cyclist

ৰাজপথত এদল চাইকেল আৰোহী।পেডেল মাৰি মাৰি গুৱাহাটীৰ পৰা শদিয়ালৈ যাত্ৰা এদল চাইকেল আৰোহীৰ।
কাজিৰঙা তথা অসমখন প্ৰদূষণ মুক্ত কৰাৰ লক্ষ্যেৰে চাইকেলেৰে যাত্ৰা চাইকেল আৰোহীৰ।

দীৰ্ঘদিন ধৰি গুৱাহাটীৰ “টিলিঙা” নামৰ ক্ৰীড়া সংস্থাটোৱে ৰাজ্যৰ ভিন্ন স্থানত অসম প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে চলাই আহিছে সজাগতা অভিযান।

গুৱাহাটীৰ পৰা চাইকেল চলাই দলটো উপস্থিত হয় কাজিৰঙাত। শনিবাৰে পুৱাই চাইকেলৰ পেডেল মাৰি দলটো ৰাওনা হয় শদিয়া অভিমুখে।