Tapan Deka

Intelligence Bureauৰ সঞ্চালক পদত এজন অসমীয়া। IBৰ নতুন মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিলে IPS বিষয়া তপন কুমাৰ ডেকাই।

৩০ জুনত কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত বৰ্তমানৰ সঞ্চালক অৰবিন্দ কুমাৰৰ ঠাই ল’ব ডেকাই। উল্লেখ্য যে, IBৰ সঞ্চালক পদত নিযুক্তি লাভ কৰা ডেকাই হৈছে প্ৰথমগৰাকী অসম সন্তান।