Exam Result

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলৰ দিন আৰু সময়।

২৭ জুন, সোমবাৰে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল। শনিবাৰে, টুইটযোগে পৰীক্ষাৰ ফলাফলৰ তাৰিখ আৰু সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।