Afghanistan Earthquake

বিধ্বংসী বৰভূঁইকঁপত তচনচ আফগানিস্তান

বৰভূঁইকঁপত নিহতৰ সংখ্যা ২,৪৪৫জনলৈ বৃদ্ধি

ধ্বংসস্তূপত বৰ্তমানেও আবদ্ধ শ শ লোক

মৃতকৰ সংখ্য বৃদ্ধিৰ আশংকা

হেৰাতৰ সমীপৱৰ্তী জিন্দাজানৰ ১২ গাঁও নিঃশ্চিহ্ন

পশ্চিম প্ৰান্তত বৰ্তমানলৈ ৮ ভূমিকম্পৰ জোকাৰণি

৪ হাজাৰতকৈ অধিক লোকৰ বিস্তৰ ক্ষতি সাধন

কেইবা হাজাৰ লোক প্ৰাণহানীৰ লগতে গৃহহীন শতাধিক