Maharashtra Police

সোমবাৰে মহাৰাষ্ট্ৰৰ ৰায়গাড জিলাত এগৰাকী মহিলাই নিজৰ ছয়টাকৈ সন্তানৰ সৈতে কুঁৱাত জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সন্তান কেইটাৰ ভিতৰত ৫গৰাকী ছোৱালী আৰু এজন ল’ৰা আৰু আটাইকেইজনৰে বয়স ১০ বছৰৰ তলৰ।

আৰক্ষী বিষয়াই জনোৱা মতে, ঘৰুৱা বিবাদৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে মহিলাগৰাকীয়ে।