Revolutionary Poetry

কলমেৰে নিগৰা কবিতাই কাল হ’ল এগৰাকী যুৱতীৰ বাবে। সামাজিক মাধ্যমত বিদ্ৰোহী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল এগৰাকী কলেজীয়া ছাত্ৰী। অসাংবিধানিক কাম-কাজত উৎসাহিত কৰাৰ অভিযোগত উৰিয়ামঘাটত গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী।