Rajiv Gandhi Assassination Case

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এজি পেৰাৰিভালনক আজি ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে।

বিগত ৩১ বছৰ ধৰি কাৰাবন্দী হৈ আছিল পেৰাৰিভালন। পেৰাৰিভালনে নিজৰ মুক্তিত হোৱা বিলম্বক লৈ উচ্চতম ন্যায়ালয়ত আৰ্জি দাখিল কৰিছিল।

২০১৮ চনত তামিলনাডু চৰকাৰে তেওঁক মুকলি কৰি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ পিছতে এই গোচৰটো আইনী মেৰপেঁচত বন্দী হৈ ৰৈছিল।