Train Cancelled

ৰাজ্যত বান-ভূমিস্খলনৰ ভয়ংকৰ বিভীষিকা।

ডিমা হাচাওত হৈ থকা ভূমিস্খলন-বানৰ বাবে ব্যাহত হৈছে ৰে’লসেৱা। বান পৰিস্থিতিৰ বাবে আশিংকভাৱে বাতিল ১১খন ৰে’লৰ যাত্ৰা। সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’ল।

train station

আংশিকভাৱে বাতিল কৰা ৰে’লসমূহ –