Social

মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অথন্তৰ। কৰ্কট ৰোগীয়ে বুকুত ধৰি চোঁচৰাই নিলে ঠিকাদাৰক। প্ৰাপ্য ধন নিদিয়াৰ বাবেই উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত এজন ব্যক্তি। টকাৰ অভাৱত কৰ্কট হাস্পতালৰ দুৱাৰ মুখৰ পৰা উভতিব লগা হৈছে বহুবাৰ। বিগত তিনিবছৰে পাবলগীয়া ধন ঠিকাদাৰে নিদিয়াৰ অভিযোগ কিৰণ নাথ নামৰ লোকজনৰ।