ভাৰতীয় ৰেল'ৱে হৈছে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰেল নেটৱৰ্ক আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম নেটৱৰ্ক।ভাৰতত মুঠ ৮৩৩৮টা ৰেল ষ্টেচন আছে। এই ৰেল ষ্টেচনসমুহ সমগ্ৰ দেশতে বিয়পি আছে। কিন্তু আপুনি জানেনে দেশত এনে এটা ৰেল ষ্টেচন আছে, য'ত যাবলৈ আপোনাক ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন। যদি কোনোবাই ভিছা অবিহনে ইয়ালৈ যায়, তেওঁ জেললৌ যাবলাগীয়া হ'ব পাৰে।
- Today is: