Final Draw

‘ফিফা বিশ্বকাপ ২০২২’। চলিত বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব ‘ফিফা বিশ্বকাপ ২০২২’। কাটাৰত অনুষ্ঠিত হ’বলগীয়া ‘ফিফা বিশ্বকাপ ২০২২’ত ৩২টা দলে অংশগ্ৰহণ কৰিব।

qatar

টুৰ্ণামেণ্টখনৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব আৰৱত আৰু দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব এছিয়াত।