Weather forcast

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে নিশাৰ পৰা কেইবাদিনো চহৰখনৰ বাবে মৃদু বৰষুণৰ আগজাননী দিছে। কেন্দ্ৰটোৱে জনোৱা মতে অহা সাতদিনত গুৱাহাটীত মৃদু বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে৷

অহা এসপ্তাহলৈ বতৰৰ আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ৰাজ্যত পৰৱৰ্তী সাত দিনৰ বাবে, গুৱাহাটীৰ নিম্নতম আৰু সৰ্বাধিক তাপমাত্ৰা ক্ৰমান্বয়ে ২১° চেণ্টিগ্ৰেড আৰু ৩৫° চেণ্টিগ্ৰেড হ’ব বুলি আশা কৰা হৈছে।

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অংশ যেনে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ এই সমগ্ৰ সময়ত শুকান হৈ থকাৰ সম্ভাৱনা আ