শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ জানেনে? শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ'লে বিভিন্ন সমস্যাৰ সৃষ্টি হয় । শৰীৰত কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হ'লে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে সুস্থ জীৱনশৈলী আৰু ভাল খাদ্যৰ প্ৰয়োজন।
