Y category Security

দেশজুৰি খলকনিৰ সৃষ্টি কৰা বলিউডৰ নতুন চিনেমা কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীলৈ Y-category চিকিউৰিটী। এতিয়াৰ পৰা CRPFৰ নিৰাপত্তাৰক্ষীয়ে সুৰক্ষা দিব পৰিচালকগৰাকীক।

‘দ্য কাশ্মীৰ ফাইলছ’ৰ মুক্তিৰ পিছতেই তেখেতলৈ আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে বিবেক অগ্নিহোত্ৰীক ‘Y-Category’ নিৰাপত্তা দিয়াৰ ব্য়ৱস্থা কৰে। এই নিৰাপত্তা বেষ্টনীত আঠজন বিষয়া-দুজন কমাণ্ডো আৰু আৰক্ষী বিষয়া থাকিব।